আজি নতুন দিল্লীত NDAৰ গুৰুত্বপূৰ্ণ বৈঠক।NDAৰ তৃতীয় বাৰৰ বাবে চৰকাৰ গঠনক লৈ এই বৈঠক।বৈঠকত অংশগ্ৰহণ কৰিব টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু।অংশগ্ৰহণ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি (ইউ) মুৰব্বী নিতিশ কুমাৰ।এইবাৰ কিং মেকাৰ হ’ব চন্দ্ৰবাবু নাইডু আৰু নিতিশ কুমাৰ।টিডিপি আৰু জে ডি (ইউ)এ জয়ী হৈছে ক্ৰমে ১৬ আৰু ১২ খন আসন।বিজেপিয়ে জয়ী হৈছে ২৪০ খন আসনত NDA এ জয়ী হৈছে মুঠ ২৯২ খন আসনত।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like