আজি ১৩ আগষ্ট

১৯৫৬ লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত।

 

১৮৭২ প্রখ্যাত জার্মান বিজ্ঞানী ৰিকার্ড মার্টিন ৱিলষ্টাটটাবব জন্ম। ১৯১৫ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

 

১৮৮৮ টেলিভিছনৰ আবিষ্কাৰক জন লোগী ৱেয়ার্ডব মৃত্যু।

 

১৮৯১ ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ অপৰাধত মণিপুৰৰ সেনাপতি টিকেন্দ্রজিৎসহ আন দুজনক ইংৰাজৰ ফাঁচি।

 

১৯১০ ইংৰাজ শুশ্রূষাকাৰিণী ফ্লোৰেন্স নাইটিংগেলৰ মৃত্যু।

 

১৯১২ ইটালীজাত বিশিষ্ট মার্কিন চিকিৎসা-বিজ্ঞানী ছালভাডোৰ এডৱাৰ্ড লুৰিয়াৰ জন্ম। ১৯৬৯ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

 

১৯১৮ প্রখ্যাত ব্রিটিছ ৰসায়নবিদ ফ্রেডৰিক ছেংগাৰৰ জন্ম। ১৯৫৮ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

 

১৯২৭ কিউবাৰ বিপ্লৱৰ নেতা ফিডেল কাষ্ট্ৰোৰ কিউবাৰ থিৰান নামৰ ঠাইৰ ওচৰত জন্ম।

 

১৯৫৬ লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত।

 

২০০০ প্রখ্যাত গায়িকা নাজিয়া হাছানব মৃত্যু।

 

২০০৩ ভবেন্দ্র নাথ শইকীয়াৰ মৃত্যু।

 

২০০৪ গ্ৰীচৰ এথেন্সত ২৮তম অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ। এই সমাৰোহ ৩০ আগষ্টলৈকে চলে।

You might also like
Leave A Reply

Your email address will not be published.