আজি ১৮ জুলাই

📌১৯১৮ চনত দক্ষিণ আফ্ৰিকাৰ বৰ্ণবিদ্বেষ সংগ্ৰামৰ নেতা নেলছন মেণ্ডেলাৰ জন্ম।

📌১৯২৫ চনত আডল্ফ হিটলাৰৰ আত্মজীৱনী ‘মাইন  কাম্ফ’ ৰ প্ৰথম  প্ৰকাশ ।

📌১৯৮৭ চনত ভাৰতৰ স্বাধীনতা আইনত ইংলেণ্ডৰ ৰজা সন্মতি দান।

📌১৯৪৮ চনত ভাৰতীয় প্ৰশাসনিক  সেৱা  আৰু ভাৰতীয় আৰক্ষী সেৱাত মহিলাৰ বাবেও নিযুক্তি মুকলি।

📌১৯৫৫ চনত আমেৰিকাৰ লছ এঞ্জেলছত ৱাল্ট ডিডনীৰ  প্ৰমোদ উদ্যান  ‘ডিজনীলেণ্ড’  মুকলি ।

📌১৯৮০ চনত  ভাৰতৰ ৰঙীন টেলিভিছনৰ সম্প্ৰচাৰ আৰম্ভ। চেন্নাইৰ পৰা সম্প্ৰচাৰ কৰা এই অনুষ্ঠান একে সময়তে দিল্লী দূৰদৰ্শনেও সম্প্ৰচাৰ কৰে।

📌১৯৮০ চনত ভাৰতত নিৰ্মিত প্রথম উপগ্রহ উৎক্ষেপক যান SLV-34ৰ দ্বিতীয় পৰীক্ষামূলক সফল উৎক্ষেপণ। SLV-3য়ে ‘ৰোহিণী’ নামৰ ৩৫ কিলোগ্রাম ওজনৰ এটা উপগ্রহ কক্ষপথত স্থাপন কৰে। ‘ৰোহিণী’য়ে পৃথিৱীৰ পৰা ২৮৫ কিলোমিটাৰ উচ্চতাৰ এক উপপথত প্রতিঘণ্টাত ২৮ হাজাৰ কিলোমিটাৰ বেগেৰে পৰিভ্ৰমণ কৰিবলৈ লয়। ‘ৰোহিণী’ক ভাৰতৰ শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

📌১৯৮২ চনত ভাৰতৰ চলচ্চিত্র অভিনেত্রী, মিছ বর্ল্ড (২০০০) প্রিয়ংকা চোপ্ৰাৰ জন্ম।

📌১৯৮৩ চনত বিহাৰত তিনি হাজাৰ চিকিৎসকৰ গণছুটী।

📌১৯৯৭ চনত বিশিষ্ট ইংৰাজ লেখিকা জেনী অষ্টেনৰ মৃত্যু।

📌২০০২ চনত  ডঃ এ পি জে আব্দুল কালাম ভাৰতৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নির্বাচিত।

 

 

 

You might also like
Leave A Reply

Your email address will not be published.