আজি ৭ আগষ্ট

১৮৯৯ সাহিত্যিক ডিম্বেশ্ৱৰ নেওগৰ জন্ম ।

১১০৬ জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু ।

১৮৯৯ সাহিত্যিক ডিম্বেশ্ৱৰ নেওগৰ জন্ম ।

১৯৪১ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু ।

২০০৭ শ্যাম বেনেগাললৈ ২০০৫ চনৰ দাদা চাহেব ফাল্কে বঁটা ।

২০০৭ অসম চুক্তি স্ৱাক্ষৰ হোৱাৰে পৰা অসমত ৪২,৪৪৯ জন অবৈধ বিদেশীক চিনাক্ত কৰা হৈছে – অসম চৰকাৰৰ ঘোষণা ।

১৯৯০ শিক্ষা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মণ্ডল আয়োগৰ ৪৯.৫ শতাংশ আসন অনুসূচিত জাতি- জনজাতিৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ, দেশজুৰি তীব্ৰ প্ৰতিক্ৰীয়া, বিক্ষোভ ।

১৮৪৮ ছুইডেনৰ ৰসায়ন- বিজ্ঞানী জন্ছ জেকব বাৰ্জেলিয়াছৰ মৃত্যু ।

১৮৭৬ মহিলা গুপ্তচৰ মাতাহাৰীৰ নেডাৰলেণ্ডছত জন্ম । নিপুণ নৰ্তকী মাতাহাৰীয়ে প্ৰথম মহাসমৰত জাৰ্মানীৰ চোৰাংচোৱা ৰূপে বিশেষ খ্যাতি অৰ্জন কৰিছিল ।

১৯৬০ পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী ক’ষ্টৰ স্ৱাধীনতা লাভ ।

You might also like
Leave A Reply

Your email address will not be published.