আজি ১৭ জুলাই

আজি ১৭ জুলাই

➡️ইৰাকৰ ৰাষ্ট্ৰীয় দিবস।
➡️১৪৫৩ সপ্তম চাৰ্লছৰ নেতৃত্বাধীন ফৰাচী বাহিনীৰ ইংৰাজৰ বিৰুদ্ধে জয়লাভ। ফ্রান্সত ইংৰাজ শাসনৰ অন্ত। এশ বছৰীয়া যুদ্ধৰ সামৰণি।
➡️১৮৮৯ মার্কিন ৰহস্য ঔপন্যাসিক আর্ল ষ্টেনলি গার্ডনাৰৰ জন্ম। ১৮৮৯ ১ মে’ৰ দিনটো আন্তর্জাতিক শ্রমিক দিৱস ৰূপে বা মে’ দিৱস ৰূপে পালনৰ সিদ্ধান্ত।
➡️১৯৪৮ ভাৰতত নিয়োগৰ ক্ষেত্ৰত মহিলাৰ প্ৰতি থকা সকলো বাধা নিষেধ প্রত্যাহাৰ।
➡️১৯৭৬ মন্ট্রিলত অলিম্পিক ক্রীড়া সমাৰোহ।
➡️১৯৯৬ তামিলনাডুৰ ৰাজধানী মাদ্রাজৰ নাম চেন্নাইলৈ সলনি। ১৭২৩ স্কটলেণ্ডৰ অৰ্থনীবিদ, দার্শনিক, ৰাজনীতিক, অৰ্থনীতিৰ জনক আডাম স্মিথৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.