আজি ৭ জুলাই

আজি ৭ জুলাই

➡️আন্তর্জাতিক সমবায় দিবস।
➡️১৩০৭ স্কটলেণ্ড আক্ৰমণ কৰিবলৈ যাওঁতে ইংলেণ্ডৰ ৰজা প্রথম এডৱাৰ্ডৰ মৃত্যু। পুত্র দ্বিতীয় এডৱাৰ্ড ইংলেণ্ডৰ ৰজা।
➡️১৭৬৩ মীৰজাফৰ পুনৰ বংগৰ নবাব।
➡️১৮৯৬ ভাৰতলৈ চিনেমাৰ আগমন। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্রথম চিনেমা প্রদর্শন।
➡️১৯৩০ ইংৰাজ ৰহস্য ঔপন্যাসিক ছাৰ আৰ্থাৰ কনান ডয়ালৰ মৃত্যু।
➡️১৯০৫ লৰ্ড কাৰ্জনৰ বংগ বিভাজন ঘোষণা।
➡️১৯৯০ মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষনেতা লালডেংগাৰ ৬৩ বছৰ বয়সত লণ্ডনত মৃত্যু।দবলৈ ১৯১ প্রখ্যাত উর্দু লেখিকা কার্টুন এন হাইদৰলৈ ১৯৮৯ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা।
➡️১৯৯৬ ভাৰতীয় চলচ্চিত্ৰৰ শতবার্ষিকী উৎসৱ আৰম্ভ। ১৯৯৯ ওছামা বিন লাডেনক আশ্রয় দিয়াৰ অভিযোগত মার্কিন যুক্তৰাষ্ট্ৰৰ আফগানিস্তানৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা।
➡️বাটালিকত ভাৰতীয় সেনা আৰু পাক অনুপ্ৰৱেশকাৰীৰ মাজত ভয়াৱহ যুদ্ধ, ভাৰতীয় সেনাৰ জুবাৰ হাইট অধিকাৰ। ➡️২০০৭ বিশ্বৰ নতুন সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত তাজমহল।

You might also like
Leave A Reply

Your email address will not be published.