আজি ২ জুন

আজি ২ জুন

➡️ইটালীৰ ৰাষ্ট্ৰীয় দিবস।
➡️১৮৪০ ইংৰাজ কবি-ঔপন্যাসিক টমাছ হাৰ্ডিৰ জন্ম
➡️১৮৮২ ইটালীৰ সামৰিক নেতা আৰু বীৰ যোদ্ধা যোছেপ্পে গেৰিবন্ধীৰ মৃত্যু।
➡️১৯১৮ কবি-দার্শনিক ভৱানন্দ দত্তৰ জন্ম।
➡️১৯৫৩ ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজ-অভিষেক।
➡️১৯৫৭ ডেনমাৰ্কৰ নোবেল জয়ী সাহিত্যিক কার্ল আডল্ফ গিয়েলেৰাপৰ জন্ম। গিয়েলেৰাপে ১৯১৭ চনত ডেনমার্কৰে আন এজন সাহিত্যিক হেন্ত্ৰিক পোন্টোপিডানৰ লগত যুটীয়াভাৱে সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
➡️১৯৮৭ কাঠমাণ্ডুত ছার্ক শীর্ষ সম্মিলন আৰম্ভ।
➡️১৯৮৮ হিন্দী চলচ্চিত্র জগতৰ প্ৰখ্যাত অভিনেতা, প্রযোজক আৰু পৰিচালক ৰাজ কাপুৰৰ ৬৪ বছৰ বয়সত নতুন দিল্লীত মৃত্যু।
➡️১৯৯০ ইৰানত প্রবল ভূমিকম্পত ২১,৪০,০০০ লোকৰ মৃত্যু। ১৯৯১ গুৱাহাটীত এক পথ দুৰ্ঘটনাত ৰাজ্যসভাৰ সদস্য আৰু
প্রাক্তন কেন্দ্রীয় আইনমন্ত্রী দীনেশ গোস্বামীৰ মৃত্যু। ১৯৯৯ হোছনি মোবাৰক চতুৰ্থবাৰৰ বাবে ইজিপ্টৰ ৰাষ্ট্ৰপতি।
➡️২০০১ জনপ্রিয় কমিক্‌ছ ‘ডেনিছ দা মেনেছ’ৰ স্ৰষ্টা হেন্ত্ৰী হেংক কেছামৰ ৮১ বছৰ বয়সত মৃত্যু। ২০০৪ মিছ অস্ট্রেলিয়া জেনিফাৰ হকিন্সৰ ‘মিছ ইউনিভাৰ্ছ’ খিতাপ অর্জন।
➡️২০০৪ বিশিষ্ট কবি ডম মৰিছৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.