আজি ২৯ জুন

⏩১৯৯৬ চনত প্রবীণ চি পি আই নেতা ইন্দ্রজিৎ গুপ্ত ভাৰতৰ গৃহমন্ত্রী।

⏩১৮৫৭ চনত ৰবাৰ্ট ক্লাইভৰ মুৰ্ছিদাবাদত প্রবেশ; মীৰজাফৰৰ বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব ৰূপে সিংহাসনত আৰোহণ।

⏩১৮৬৪ চনত  বংগৰ প্ৰসিদ্ধ শিক্ষাবিদ আশুতোষ মুখোপাধ্যায়ৰ জন্ম।

 

⏩ ১৮৭৬ চনত কবি মাইকেল মধুসূদন দত্তৰ মৃত্যু।

 

⏩১৮৯৩ চনত প্রসিদ্ধ পৰিসংখ্যাবিদ প্রশান্ত চন্দ্ৰ মহলানবিশৰ জন্ম।

 

⏩ ১৯৪৬ চনত তিনি মাহ ধৰি ভাৰতৰ স্বাধীনতা আৰু বিভাজনৰ সমস্যা সমাধানৰ বাবে কৰা অবিশ্রান্ত প্রয়াসৰ অন্তত কেবিনেট মিছনৰ ভাৰত ত্যাগ।

 

⏩১৯৯৬ চনত প্রবীণ চি পি আই নেতা ইন্দ্রজিৎ গুপ্ত ভাৰতৰ গৃহমন্ত্রী।

 

⏩১৯৯৮ চনত  দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা আৰু উত্তৰাঞ্চল (বর্তমান উত্তৰাখণ্ড), ছত্তীশগড় ৰাজ্য গঠনৰ সিদ্ধান্ত।

 

⏩১৯৯৯ চনত ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা অমান্য কৰি কছভো লিবাৰেচন আৰ্মীৰ কোছোভো দখল।

* (পাক অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা ভাৰতীয় সেনাৰ টাইগাৰ হিলৰ কাষৰ দুটা পর্বতশৃংগ অধিকাৰ)।

 

⏩২০০১ চনত আদিবাসী সংঘৰ্ষত নাইজেৰিয়াত ২০০জন লোকৰ মৃত্যু।

 

⏩২০০২ চনত দেশৰ সপ্তমগৰাকী উপ-প্রধান মন্ত্ৰীৰূপে লালকৃষ্ণ আদৱানিৰ শপত গ্রহণ।

 

⏩২০০৩ চনত হামবুৰ্গত অনুষ্ঠিত চতুৰ্দেশীয় মাষ্টাৰ্ছ হকী টুৰ্নামেন্টত ভাৰত চম্পিয়ন।

You might also like
Leave A Reply

Your email address will not be published.