থাইলেণ্ডত শোকাৱহ ঘটনা

 

ব্যুৰ’ ৰিপ’ৰ্ট:

 

থাইলেণ্ডত এক  ভয়ংকৰ ঘটনা সংঘটিত হয়। স্কুল বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত নিহত হয় ২৫ জনকৈ ছাত্ৰ-ছাত্ৰী। বাছখনত মুঠ ৪৪ জন ছাত্ৰ-ছাত্ৰী আছিল। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। থাইলেণ্ডৰ খু খোটৰ জিৰ ৰংচিট শ্বপিং মলৰ সমীপৰ ফাহোন যোথিন পথত স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। লান সাক জিলাৰ ৱাট খাও প্ৰয়া সংঘৰমে আয়োজিত শৈক্ষিক ভ্ৰমণৰ অংশ হিচাপে ৬গৰাকী  শিক্ষকো আছিল বাছখনত ।

প্ৰধানমন্ত্ৰী পেটংটাৰ্ন শ্বিনাৱাট্ৰাই নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।।

You might also like
Leave A Reply

Your email address will not be published.