আজিৰে পৰা সলনি কৰিব পাৰিব ২০০০ টকীয়া নোট!

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই শীঘ্ৰেই বন্ধ কৰিব ২০০০ টকীয়া নোটৰ প্ৰচলন

নিউজ ডেস্ক:

জিৰে পৰা দেশৰ নাগৰিকে সলনি কৰিব পাৰিব ২০০০ টকীয়া নোট। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই শীঘ্ৰেই বন্ধ কৰিব ২০০০ টকীয়া নোটৰ প্ৰচলন। চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈ বৈধ বিবেচিত হ’ব ২০০০ টকীয়া নোটসমূহ। ৩০ ছেপ্টেম্বৰলৈ অব্যাহত থাকিব ২০০০ টকীয়া নোট সলনি প্ৰক্ৰিয়া। এজন লোকে এবাৰত সলনি কৰিব পাৰিব সৰ্বাধিক ২০,০০০ টকা। ভাৰতৰ যিকোনো বেংকতে সলনি কৰিব পাৰিব নোট। নিজৰ পৰিচয়-পত্ৰ দেখুৱাই নোট সলনি কৰিব পাৰিব।।

You might also like
Leave A Reply

Your email address will not be published.