▶️১৭৬০ চনৰ আজিৰ দিনটোতেই মহীশূৰৰ নবাব হাইদৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ।
▶️১৮৯৯ চনৰ আজিৰ দিনটোতেই জাপানৰ বিশিষ্ট সাহিত্যিক ইয়াছু নাৰি কাৱাবাতাৰ জন্ম। ১৯৬৮ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৬৪ চনৰ এই দিনটোতেই দেশজুৰি জৱাহৰলাল নেহৰুৰ চিতাভস্ম বিসৰ্জন।
▶️১৯৭৭ চনৰ এই দিনটোতেই ষষ্ঠ লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ।
▶️১৯৮৩ চনৰ এই দিনটোতেই বিশিষ্ট শিল্পপতি ঘনশ্যাম দাস বিৰলাৰ (জি ডি বিৰলা নামে পৰিচিত) লণ্ডনত মৃত্যু ঘটিছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই শিক্ষাবিদ, ৰাজনীতিবিদ অজিত কুমাৰ শৰ্মাৰ মৃত্যু ঘটিছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১১ জুন
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like