আজি ১১ ডিচেম্বৰ

▶️১১৯৮ চনৰ এই দিনটোতেই প্ৰসিদ্ধ দাৰ্শনিক আৰু বিজ্ঞানী ইৱন ৰুশ্বডৰ মৃত্যু হৈছিল।
▶️১৮৪৩ চনৰ আজিৰ দিনটোতেই জাৰ্মান বিজ্ঞানী ৰবাৰ্ট কখৰ জন্ম হৈছিল।
▶️১৯৬৯ চনৰ এই দিনটোতেই ভাৰতীয় দবা খেলুৱৈ বিশ্বনাথন আনন্দৰ জন্ম হৈছিল।
▶️২০০৪ চনৰ এই দিনটোতেই প্ৰসিদ্ধ কৰ্ণাটকী ধ্ৰুপদী সংগীতজ্ঞ এম এছ শুভলক্ষ্মীৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই টেষ্ট ক্ৰিকেটত ৩৪ টা শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ গাভাস্কাৰৰ সৈতে সমতা স্থাপন।
▶️১৯১৮ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ সাহিত্যিক আলেকজেণ্ডাৰ ছোলঝে নিটছাইনৰ জন্ম হৈছিল। তেওঁ ১৯৭০ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ডঃ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ গণ পৰিষদ(কনষ্টিটুৱেন্ট এছেম্বলী)ৰ অধ্যক্ষ নিযুক্ত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.