আজি ২৩ জানুৱাৰী

▶️আজি নেতাজী দিৱস।
▶️১৫৬৫ চনৰ আজিৰ দিনটোতেই টেলিকোটা যুদ্ধত বিজয়নগৰ ৰাজ্যৰ ৰজা পৰাজিত হৈছিল। বিজয়নগৰ মুছলমান শাসকৰ অধীন হৈ পৰিছিল।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল।
▶️১৯৭৬ চনৰ এই দিনটোতেই মাৰ্কিন কৃষ্ণাংগ অভিনেতা তথা গায়ক পল ৰবছনৰ মৃত্যু হৈছিল।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই জনতা দল গঠন।
▶️১৯৮৯ চনৰ এই দিনটোতেই স্পেইনৰ চিত্ৰকৰ ছালভাদোৰ ডালিৰ মৃত্যু হৈছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই ক্ৰীড়াবিদ নীলিময় চৌধুৰীৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই তামিলনাডুৰ শ্ৰীৰংগম চহৰৰ এক বিবাহমণ্ডপত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত ৫২ গৰাকী লোকৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.