আজি ২৬ মে’

▶️১৭০৯ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট মহম্মদ শ্বাহ আৰু ইৰানৰ শাসক নাদিৰ শ্বাহৰ মাজত হোৱা এক চুক্তিৰ পৰিনতিত আফগানিস্তান ভাৰতৰ পৰা পৃথক হৈছিল।
▶️১৭৯৯ চনৰ এই দিনটোতেই ৰাছিয়ান সাহিত্যিক আলেকজেণ্ডাৰ পুস্কিনৰ জন্ম হৈছিল।
▶️১৮০৫ চনৰ আজিৰ দিনটোতেই ইটালীৰ সম্ৰাট হৈছিল নেপোলিয়ন।
▶️১৮৯৬ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ অন্তিমজন জাৰ দ্বিতীয় নিকোলাছৰ সিংহাসনত আৰোহণ।
▶️১৯৫৭ চনৰ এই দিনটোতেই ভাৰতত জনতা বীমাৰ প্ৰৱৰ্তন।
▶️১৯৬৬ চনৰ আজিৰ দিনটোতেই গিয়ানাৰ (পূৰ্বৰ বৃটিছ গিয়ানা) স্বাধীনতা লাভ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতত নতুন ডাক মাচুলৰ প্ৰৱৰ্তন।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই শ্ৰীলংকাৰ বিৰুদ্ধে সৌৰভ গাংগুলী(১৮৩) আৰু ৰাহুল দ্ৰাবিড়ৰ(১৪৫) ৩১৮ ৰাণৰ যুটিৰ বিশ্ব অভিলেখ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই কাৰ্গিলত পাক অনুপ্ৰৱেশকাৰীৰ ওপৰত ভাৰতীয় বিমান বাহিনীৰ বোমাবৰ্ষণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই শান্তি আলোচনাৰ পূৰ্বে এল টি টি ইৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী নাকচ শ্ৰীলংকাৰ চৰকাৰৰ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই এক শান্তি চুক্তিৰ জৰিয়তে ছুডানৰ ২১ বছৰীয়া গৃহযুদ্ধৰ অৱসান।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন বৈদেশিক সচিব যতীন্দ্ৰনাথ দীক্ষিতক তিনি বছৰৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা ৰূপে নিযুক্তি।।

 

You might also like
Leave A Reply

Your email address will not be published.