আজি ২৭ জুন

▶️আজি জিবুটিৰ স্বাধীনতা দিৱস।
▶️১৮৩৮ চনৰ আজিৰ দিনটোতেই ‘পঞ্জাৱ কেশৰী’ মহাৰাজা ৰঞ্জিৎ সিংহৰ মৃত্যু হৈছিল।
▶️১৮৮০ চনৰ আজিৰ দিনটোতেই অন্ধ আৰু বধিৰ মাৰ্কিন লেখিকা হেলেন কেলাৰৰ জন্ম হৈছিল।
▶️১৯৬৪ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত তিনমূৰ্তি ভৱন নেহৰু স্মৃতি মিউজিয়ামলৈ ৰূপান্তৰিত।
▶️১৯৬৫ চনৰ আজিৰ দিনটোতেই ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) মুখপত্ৰ ‘পিপুলছ ডেম’ক্ৰেচী’ৰ প্ৰথম প্ৰকাশ।
▶️১৯৬৭ চনৰ আজিৰ দিনটোতেই ভাৰতত নিৰ্মিত প্ৰথম যাত্ৰীবাহী বিমান ‘এভনো এইচ এছ -৭৪৮’ক ইণ্ডিয়ান এয়াৰলাইনছক সমৰ্পণ।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই অসমীয়া চলচ্চিত্ৰ পৰিচালক ব্ৰজেন বৰুৱাৰ মৃত্যু।
▶️১৯৭৭ চনৰ এই দিনটোতেই আফ্ৰিকাৰ দেশ জিবুটিৰ স্বাধীনতা লাভ।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই সাংবাদিক, প্ৰসাৰ ভাৰতী ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ নিখিল চক্ৰৱৰ্তীৰ ৮৪ বছৰ বয়সত মৃত্যু।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই কাৰ্গিলৰ পৰা পাক অনুপ্ৰৱেশকাৰীক বহিস্কাৰৰ প্ৰসংগত ভাৰত-আমেৰিকাৰ ঐক্যমত প্ৰকাশ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই পাটনা ৰে’ল ষ্টেচনত মানুহৰ ৮৮টা লাওখোলা উদ্ধাৰ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই কফি আন্নান দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান নিযুক্ত।
▶️২০০৮ চনৰ এই দিনটোতেই ভাৰতৰ ফিল্ড মাৰ্শ্বাল এছ এইচ এফ জে মানেকশ্ব’ৰ মৃত্যু।।

 

You might also like
Leave A Reply

Your email address will not be published.