আজি ২৭ মাৰ্চ

▶️আজি বিশ্ব থিয়েটাৰ দিৱস।
▶️১১১৭ চনৰ আজিৰ দিনটোতেই বৰ্তমান কৰ্ণাটকৰ হালেবিদত হায়ছালা বংশৰ ৰজা বিষ্ণুবৰ্ধনৰ বিষ্ণু মন্দিৰ নিৰ্মাণ আৰম্ভ।
▶️১৫৫২ চনৰ এই দিনটোতেই দ্বিতীয় শিখগুৰু অংগদৰ জীৱনাৱসান।
▶️১৮৪৫ চনৰ আজিৰ দিনটোতেই এক্স-ৰে’ৰ আৱিষ্কাৰক জাৰ্মান পদাৰ্থবিদ উইলহেল্ম ৰন্টজেনৰ জন্ম হৈছিল।
▶️১৯১৫ চনৰ এই দিনটোতেই স্বাধীনতা সংগ্ৰামী আৰু সমাজসেৱী পুষ্পলতা দাসৰ জন্ম হৈছিল।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই ভাৰতত বলৱৎ থকা অন্তৱৰ্তীকালীন জৰুৰী অৱস্থা প্ৰত্যাহাৰ।
▶️২০০৪ চনৰ এই দিনটোতেই তনুশ্ৰী দত্তৰ ২০০৪ চনৰ ‘মিছ ইণ্ডিয়া’ খিতাপ লাভ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই বিশ্বজুৰি কেৰাচিন আৱিষ্কাৰৰ ১৫০ বছৰীয়া জয়ন্তী পালন।।

You might also like
Leave A Reply

Your email address will not be published.