আজি ২৯ জানুৱাৰী

▶️১৫৯৬ চনৰ আজিৰ দিনটোতেই ইংৰাজ নৌ-অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকৰ মৃত্যু হৈছিল।
▶️১৭৮০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম সংবাদপত্ৰ ‘বেংগল গেজেট’ৰ প্ৰকাশ।
▶️১৮৯৪ চনৰ এই দিনটোতেই সাংবাদিক,গল্পকাৰ লক্ষ্মীনাথ ফুকনৰ জন্ম হৈছিল।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ পদাৰ্থবিজ্ঞানী আব্দুছ ছালামৰ ভাৰতৰ পঞ্জাৱত জন্ম হৈছিল। ১৯৭৯ চনত তেওঁ পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৩ চনৰ এই দিনটোতেই ভাৰতৰ নাটক,নৃত্য আৰু সংগীতৰ বিকাশৰ অৰ্থে সংগীত-নাটক একাডেমী স্থাপন।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে স্মাৰক ডাকটিকট উন্মোচন।।

You might also like
Leave A Reply

Your email address will not be published.