জেৰুজালেমৰ ছিনাগগত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ । আক্ৰমণত নিহত কমেও আঠজন লোক। আহত হৈছে ১০ জন লোক । খৱৰটো ইজৰাইলৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতিত প্ৰকাশ। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৮:১৫ বজাত নেভে ইয়াকোভ ষ্ট্ৰীটৰ ছিনাগগৰ ওচৰত সংঘটিত হয় এই আক্ৰমণ। ঘটনাৰ পিছতে পেৰামেডিকেলৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে আৰক্ষীয়ে গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয় আক্ৰমণকাৰীক।।
