▶️১৮৮৩ চনৰ আজিৰ দিনটোতেই স্বামী দয়ানন্দ সৰস্বতীৰ মৃত্যু হৈছিল।
▶️১৮৮৪ চনৰ এই দিনটোতেই অষ্ট্ৰিয়াৰ সম্ৰাটৰ লগত প্ৰুছিয়া আৰু ডেনমাৰ্কৰ ৰজাৰ এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। বিশ্ব ইতিহাসত এই চুক্তি ‘ভিয়েনা চুক্তি’ নামে খ্যাত।
▶️১৯০৯ চনৰ এই দিনটোতেই ভাৰতীয় বিজ্ঞানী হোমি জাহাংগীৰ ভাবাৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ এই দিনটোতেই ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ভাৰত।
▶️১৯৫৬ চনৰ আজিৰ দিনটোতেই দিল্লীত মুকলি হৈছিল অশোক হোটেল।
▶️১৯৬০ চনৰ এই দিনটোতেই আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ জন্ম হৈছিল।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় জনতা পাৰ্টী আৰু বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা অযোধ্যাৰ বাবৰি মছজিদ ভাঙি তাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ উদ্যোগ গ্ৰহণ। কেন্দ্ৰীয় চৰকাৰ আৰু দেশৰ প্ৰগতিশীল দলসমূহৰ বিৰোধীতাত এই প্ৰচেষ্টা সম্ভৱ ন’হল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩০ অক্টোবৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like