➡️আজি বিশ্ব আৱাস দিৱস।
➡️১৮৬৭ চনৰ আজিৰ দিনটোতে চিলাই কলৰ আৱিষ্কাৰক ইলিয়াছ হাউৰ মৃত্যু হৈছিল।
➡️১৯৩৫ চনৰ ৩ অক্টোবৰত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডেৰ জন্ম হৈছিল।
➡️বিশ্ব ট্ৰেড ইউনিয়ন ফেডাৰেচন প্ৰতিষ্ঠিত হৈছিল ১৯৪৫ চনৰ ৩ অক্টোবৰত।
➡️১৯৫৮ চনৰ ৩ অক্টোবৰত ইংলেণ্ডে প্ৰথম পাৰমাণৱিক বোমাৰ পৰীক্ষণ কৰিছিল।
➡️দুৰ্নীতিৰ অভিযোগত প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছিল ১৯৭৭ চনৰ ৩ অক্টোবৰত।
➡️১৯৭৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো টেষ্টটিউব বেবীৰ জন্ম হৈছিল। এই তথ্য অৱশ্যে আনুষ্ঠানিকভাৱে স্বীকৃত নহয়।
➡️১৯৮৯ চনৰ ৩ অক্টোবৰত প্ৰখ্যাত সৰোদবাদক বাহাদুৰ খানৰ মৃত্যু হৈছিল।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট লেখিকা নাদিন গাৰ্দিমাৰলৈ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩ অক্টোবৰ
Prev Post
Next Post
You might also like