ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১৫ গৰাকী লোক। আক্ৰান্ত সকলৰ ৯ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৩ গৰাকী নগাওঁ জিলাৰ, ১ গৰাকী বঙাইগাওঁ জিলাৰ, ১ গৰাকী কৰিমগঞ্জ জিলাৰ আৰু ১ গৰাকী নলবাৰী জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৬৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৩,৩৭৫ গৰাকী । পজিটিভিটিৰ হাৰ ১.২৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৩ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩৭,৪৪৪ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.