আজি ৪ অক্টোবৰ

▶️১৯০৭ চনৰ এই দিনটোতেই কলকাতাত সাম্প্ৰদায়িক সংঘৰ্ষত বহুলোক হতাহত হৈছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ স্পুটনিক-১ক মহাকাশলৈ উৎক্ষেপণ।
▶️১৯৬৩ চনৰ এই দিনটোতেই মধ্য-দক্ষিণ আফ্ৰিকাৰ ভূমিবদ্ধ দেশ জাম্বিয়াৰ পূৰ্ণ স্বায়ত্বশাসন লাভ।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ তদানীন্তন বৈদেশিকমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত হিন্দীত ভাষণ প্ৰদান। ৰাষ্ট্ৰসংঘত হিন্দীত প্ৰদান কৰা ভাষণ এয়াই আছিল প্ৰথম।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই ‘হেলিকপ্টাৰ কৰ্পোৰেশ্যন অব ইণ্ডিয়া’ৰ মুকলি।
▶️১৯৯৩ চনৰ এই দিনটোতেই মহাৰাষ্ট্ৰৰ ভূমিকম্পপীড়িত লোকৰ সাহায্যাৰ্থে কেন্দ্ৰৰ ৫০ কোটি টকা মঞ্জুৰ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই কৃষ্ণ সাগৰৰ ওপৰত ৰুছ বিমান ‘টি ইউ-১৫৪’ বিস্ফোৰিত হৈ ৭৭ যাত্ৰীৰ মৃত্যু।
▶️২০০১ চনৰ আজিৰ দিনটোতেই গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ পদত্যাগ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই তামিলনাডুক কাবেৰীৰ পৰ্যাপ্ত পানী যোগান ধৰিবৰ বাবে কৰ্ণাটক চৰকাৰক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ।
▶️২০০৪ চনৰ এই দিনটোতেই মাৰ্কিন চিকিৎসা-বিজ্ঞানী এক্সেল ফ্ৰেড হাছিনছন আৰু লিনড বি বাকলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.