▶️আজি ভাৰতীয় বায়ুসেনা দিৱস।
▶️১৯০৮ চনৰ এই দিনটোতেই কবি-সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই মহাত্মা গান্ধীৰ সম্পাদনাত ‘ইয়ং ইণ্ডিয়া’ পত্ৰিকাৰ প্ৰকাশ আৰম্ভ।
▶️১৯৩৬ চনৰ এই দিনটোতেই হিন্দী সাহিত্যৰ প্ৰসিদ্ধ গল্পকাৰ তথা ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ (প্ৰকৃত নাম ধনপত ৰায় শ্ৰীবাস্তৱ) মৃত্যু।
▶️১৯৭৯ চনৰ এই দিনটোতেই ভাৰতৰ সমাজবাদী ভাৱাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ মৃত্যু ঘটিছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ প্ৰবীণ নেতা কমলাপতি ত্ৰিপাঠীৰ মৃত্যু ঘটিছিল।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই কুৱেইট সীমান্তত ইৰাকী সেনাৰ অৱস্থান।মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনৰ উপসাগৰীয় অঞ্চললৈ যুদ্ধজাহাহাজ প্ৰেৰণ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই এজন আমেৰিকান আৰু এজন ব্ৰিটিছ অৰ্থনীতিবিদ ক্ৰমে ৰবাৰ্ট এফ এগল আৰু ডব্লিউ জে গ্ৰেঞ্জাৰলৈ অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা।মাৰ্কিন বিজ্ঞানী পিটাৰ এগ্ৰে আৰু ৰডেৰিক মেককিননলৈ ৰসায়নৰ নোবেল বঁটা ঘোষণা।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৮ অক্টোবৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like