Assam|| উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল

গুৱাহাটী : বহু প্ৰতীক্ষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল আজি পুৱা ১০.৩০ বজাত ঘোষণা কৰা হ’ল। ঘোষিত ফলাফল অনুসৰি কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৪ শতাংশ। ইয়াৰ ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৬.১০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮১.৯৬ শতাংশ। এইবাৰ কলা শাখাত বহা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ২,৪১, ১২৪ গৰাকী। বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৯.৭৯ শতাংশ।
ইয়াৰ ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯০.৮০ শতাংশ। বিজ্ঞান শাখাত বহা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৬০,৬৬৭ গৰাকী। একেদৰে বাণিজ্য় শাখাত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮১.১৩ শতাংশ।
ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮০.৪৫ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮২.৬৭ শতাংশ। বাণিজ্য শাখাত মুঠ ১৯,৪৬৯ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত বহিছিল।

ৱেবছাইট কেইটা হৈছে-

https://www.ndtv.com/

https://www.indiaresults.com

https://www.assamresult.in

https://results.digilocker.gov.in

https://www.results.shiksha

https://www.results.shiksha

https://www.results.shiksha

https://www.results.shiksha

https://www.results.shiksha

https://www.results.shiksha

https://www.results.shiksha

You might also like
Leave A Reply

Your email address will not be published.