➡১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতীয় বিমান বাহিনী প্ৰতিষ্ঠা হৈছিল।
➡১৯৬৭ চনৰ ৯ অক্টোবৰত চে গুৱেভাৰাৰ মৃত্যু হৈছিল।
➡ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত ইউৰেনিয়াম ২৩৩ উৎপাদন হৈছিল ১৯৭০ চনৰ ৯ অক্টোবৰত।
➡১৯৭৬ চনৰ আজিৰ দিনটোতে মুম্বাই আৰু লণ্ডনৰ মাজত প্ৰথম আই এছ ডি (ISD) সেৱা মুকলি কৰা হৈছিল।
➡১৯৭৮ চনৰ ৯ অক্টোবৰত বেংককত এছিয়ান গেমছ আৰম্ভ হৈছিল।
➡গোৱালপাৰাৰ কৃষ্ণাই-বলবলাত হোৱা এক ধুমুহা আৰু বানত শতাধিক লোক হতাহত হৈ বহুলোক সন্ধানহীন হৈছিল ২০০৪ চনৰ ৯ অক্টোবৰত।
➡১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন তৈলবাহী জাহাজ ‘মতিলাল নেহৰু’ উদ্বোধন কৰা হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৯ অক্টোবৰ
Prev Post
You might also like