আজি ৯ ছেপ্টেম্বৰ

▶️১৮৫০ চনৰ এই দিনটোতেই হিন্দী সাহিত্যৰ জনকৰূপে অভিহিত ভাৰতেন্দু হৰিশ্চন্দ্ৰৰ জন্ম হৈছিল।
▶️১৯২৩ চনৰ আজিৰ দিনটোতেই প্ৰচণ্ড ভূমিকম্পই জোকাৰিছিল অসম।
▶️১৯৪৮ চনৰ এই দিনটোতেই উত্তৰ কোৰিয়াত গণ প্ৰজাতন্ত্ৰ গঠন।
▶️১৯৪৯ চনৰ এই দিনটোতেই হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা ৰূপে ঘোষণা।
▶️১৯৭৬ চনৰ আজিৰ দিনটোতেই গণতান্ত্ৰিক চীনৰ প্ৰসিদ্ধ নেতা মাও-চে-তুঙৰ মৃত্যু।
▶️১৯৭৯ চনৰ এই দিনটোতেই অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল যোগেন্দ্ৰনাথ হাজৰিকা।এই বছৰৰে ১১ নৱেম্বৰলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮২ চনৰ এই দিনটোতেই কাশ্মীৰৰ বিশিষ্ট জাতীয়তাবাদী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শ্বেখ আব্দুল্লাৰ মৃত্যু।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই লিয়েণ্ডাৰ পেজ জুনিয়ৰ ইউ এছ অ’পেনত চেম্পিয়ন।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই সাহিত্যিক যোগেশ দাসৰ দেহাৱসান।
▶️২০০১ চনৰ আজিৰ দিনটোতেই চীনৰ বেইজিঙত এটা মন্দিৰ ভাঙি ১৩ লোকৰ মৃত্যু ঘটিছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বিশিষ্ট নাট্যকাৰ মুনীন ভূঞাৰ মৃত্যু।
▶️১০৮৭ চনৰ এই দিনটোতেই ইংলেণ্ডৰ সম্ৰাট উইলিয়াম দি কনকুৱেৰৰ মৃত্যু।
▶️১৯০৩ চনৰ আজিৰ দিনটোতেই সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম হৈছিল।
▶️১৮২৮ চনৰ এই দিনটোতেই ৰুছ কথা-সাহিত্যিক লিঅ’ টলষ্টয়ৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.