আজিৰে পৰা আফ্ৰিকান ইউনিয়ন G20ৰ স্থায়ী সদস্য

স্থায়ী সদস্য হিচাপে নিজৰ আসন গ্ৰহণ কৰিবলৈ আফ্ৰিকান ইউনিয়নৰ মুৰব্বী আজালি আছৌমানীক আমন্ত্ৰণ জনায় প্ৰধানমন্ত্ৰী মোদীয়ে

নেচনেল ডেস্ক:

জিৰে পৰা আফ্ৰিকান ইউনিয়ন G20ৰ স্থায়ী সদস্য। ভাৰতৰ অধ্যক্ষতাত আজিৰে পৰা নতুন দিল্লীত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলনৰ প্ৰথম অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে G20 ৰ স্থায়ী সদস্য হিচাপে নিজৰ আসন গ্ৰহণ কৰিবলৈ আফ্ৰিকান ইউনিয়নৰ মুৰব্বী আজালি আছৌমানীক আমন্ত্ৰণ জনায় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫৫খন সদস্য ৰাষ্ট্ৰৰ মহাদেশীয় সংস্থা আফ্ৰিকান ইউনিয়নৰ মৰ্যাদা এতিয়া ইউৰোপীয় সংঘৰ দৰেই। উল্লেখ্য যে জুন মাহত মোদীয়ে এই পদক্ষেপৰ প্ৰস্তাৱ আগবঢ়াইছিল।।

You might also like
Leave A Reply

Your email address will not be published.