আফগানিস্তানত ভয়ংকৰ বিষ্ফোৰণ!

ইণ্টাৰনেচনেল ডেস্ক:

আফগানিস্তানৰ বালখ প্ৰদেশত ভয়ংকৰ বিষ্ফোৰণ। মঙলবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় বিষ্ফোৰণটো। হাইৰাটান অইল কোম্পানীৰ কৰ্মচাৰী কঢ়িয়াই অনা এখন বাহনত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ ফলত নিহত কমেও সাতজন লোক। বিস্ফোৰণৰ আঁৰত কোন আছে সেয়া তাৎক্ষনিকভাৱে স্পষ্ট হোৱা নাই বুলি আৰক্ষী সুত্ৰই সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.