নিউজ ডেস্ক, এন ই ভাৰত
Related Posts
ৰাজ্যত অব্যাহত ক’ভিড সংক্ৰমণ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৪৫৩ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২৭ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৮৬ জন লোক।সুস্থ হৈ ঘৰলৈ ওভতিছে ২,৯০২ পজিটিভিটিৰ হাৰ ১.৫৯ শতাংশ। আনহাতে দেশত ক্ৰামান্বয়ে হ্ৰাস পাইছে সংক্ৰমণ। ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪৩,৬৪০ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৭২২।