তুৰস্কত ভয়ংকৰ বোমা বিষ্ফোৰণ!

ইণ্টাৰনেচনেল ডেস্ক:

শুকুৰবাৰে তুৰস্কত ভয়ংকৰ বোমা বিষ্ফোৰণ। বিষ্ফোৰণটো সংঘটিত হয় দক্ষিণ-পূব তুৰস্কৰ দিয়াৰবাকিৰ চহৰৰ সমীপত এখন সাজসজ্জিত আৰক্ষীৰ ভেনত। বিস্ফোৰণত আহত ৯ জন লোক। আহতসকলৰ ৮ জন আৰক্ষী বিষয়া আৰু আন এজন সাধাৰণ লোক। আহতসকলক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়।

ইফালে, বাতৰি যুগুতোৱা সময়লৈকে বিস্ফোৰণৰ তাৎক্ষণিকভাৱে দায়িত্ব কোনো সংগঠন বা ব্যক্তিয়ে লোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.