নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৩৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ২৫ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৫৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,৬৭৮ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১০ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.১৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৬,৫৮৩ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.