বি এচ এফে গুলীয়াই ভূপতিত কৰে পাকিস্তানী ড্ৰ’ন!

নেচনেল ডেস্ক:

পুনৰ পঞ্জাৱত গুলীয়াই ভূপতিত কৰে এখন পাকিস্তানী ড্ৰ’ন। শুকুৰবাৰে পঞ্জাৱৰ অজনালা মহকুমাৰ অন্তৰ্গত ৰামছাছ গাঁৱৰ সমীপত ভাৰতৰ ভূখণ্ডলৈ অহা এখন ড্ৰ’ন সীমান্ত সুৰক্ষা বাহিনীৰ শ্বাহপুৰ সীমান্ত আউট পোষ্টৰ ৭৩ বেটেলিয়নৰ জোৱানে গুলীয়াই ধ্বংস কৰে। ঘটনাটো সংঘটিত হৈছে পুৱা প্ৰায় ৪ বজাত । খৱৰটো সদৰি কৰে উপ-মহাপৰিদৰ্শক (ডিআইজি, গুৰদাসপুৰ ৰেঞ্জ) প্ৰভাকৰ যোশীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.