আমেৰিকাৰ উত্তৰ কেৰ’লিনাৰ ৰেলিত গুলীচালনাৰ ঘটনা!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰ’লিনাৰ ৰেলিত ভয়ংকৰ গুলীচালনাৰ ঘটনা। গুলীচালনাত এজন আৰক্ষী বিষয়াকে ধৰি ছয়জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত কমেও চাৰিজন লোক। ঘটনাটো সংঘটিত হয় বৃহষ্পতিবাৰে সন্ধিয়া। সন্দেহযুক্ত আক্ৰমণকাৰী এজন শ্বেতাংগ কিশোৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এটা দীঘলনলীয়া বন্দুকেৰে জধেমধে গুলীচালনা কৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ।সন্দেহযুক্ত আক্ৰমণকাৰীক আৰক্ষীয়ে জিম্মাত লোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে, গুলীচালনাত আঘাটপ্ৰাপ্ত চাৰিজনক ৱেকমেড চিকিৎসালয়লৈ প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.