পুৱাই প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল গ্ৰীচক!

সোমবাৰে পুৱাই প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল গ্ৰীচক। ভূমিকম্পটো স্থানীয় সময় অনুসৰি পুৱা ১.২৫ বজাত গ্ৰীচৰ ক্ৰিটত অনুভূত হৈছে। ৰিখটাৰ স্কেল ৫.৫ প্ৰাবল্যত ভূমিকম্পটো অনুভূত হৈছে বুলি ইউৰোপীয়- ভূমধ্যসাগৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই সদৰি কৰে। ভূমিকম্পটোৰ অভিকেন্দ্ৰ গ্ৰীচৰ চিটেইয়াৰ উত্তৰ-পূব দিশত ৬০ কিলোমিটাৰ দূৰত্বত আৰু ৮০ কিলোমিটাৰ গভীৰতাত । ভূমিকম্পত কোনো হতাহতিৰ খৱৰ পোৱা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.