বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা!

নেচনেল ডেস্ক:

বৃহস্পতিবাৰে বিহাৰৰ মুজাফ্ফৰপুৰ-নৰকটিয়াগঞ্জ ৰে’লৱেৰ অন্তৰ্গত বেটিয়া মাঝাউলিয়া ষ্টেচনৰ সমীপত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।১৫২৭৩ সত্যাগ্ৰহ এক্সপ্ৰেছ ৰে’লৰ পাঁচটা ডবা ইঞ্জিনৰ পৰা বিচ্ছিন্ন হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। সৌভাগ্যক্ৰমে দুৰ্ঘটনাত কোনো যাত্ৰী হতাহত হোৱা নাই। ডবাসমূহক সংযোগ কৰা কপিলিং চিঙি যোৱা বাবে বিচ্ছিন্ন হৈ পৰে ৰে’লখনৰ পাঁচটাকৈ ডবা। দুৰ্ঘটনাৰ খৱৰ লাভ কৰাৰ পিছতে ৰে’ল বিভাগৰ উচ্চপদস্ত বিষয়াৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।।

You might also like
Leave A Reply

Your email address will not be published.