আজি ৩ ফেব্ৰুৱাৰী

▶️১৪৬৮ চনৰ আজিৰ দিনটোতেই ছপাশালৰ আৱিষ্কাৰক যোহানছ গুটেনবাৰ্গৰ মৃত্যু হৈছিল।
▶️১৯১৬ চনৰ এই দিনটোতেই বেনাৰস হিন্দু বিশ্ববিদ্যালয় মুকলি হৈছিল।
▶️১৯২৪ চনৰ এই দিনটোতেই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি,জাতিসংঘৰ অন্যতম প্ৰতিষ্ঠাপক উড্ৰ উইলছনৰ মৃত্যু হৈছিল।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই প্ৰথম ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক জি শংকৰ কুৰুপৰ মৃত্যু হৈছিল।
▶️২০০৬ চনৰ এই দিনটোতেই ইজিপ্তৰ যাত্ৰীবাহী জাহাজ ‘অল ছালম’ ডুব যোৱাৰ ফলত ডেৰ সহস্ৰাধিক লোকৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.