নিউজ ডেস্ক:
Related Posts
মঙলদৈত অঘটন! মঙলদৈত সন্ধানহীন সুনীতা সঞ্চেতী নামৰ এগৰাকী মহিলা। জানিব পৰা মতে, গুৱাহাটীৰ পৰা ঢেকীয়াজুলিলৈ যোৱা অৱস্থাত নিখোজ হয় মহিলাগৰাকী। মঙলদৈৰ পৰা শেষবাৰৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল মহিলাগৰাকীৰ। কোনো সদাসয় লোকে মহিলাগৰাকীৰ সন্ধান পালে 9435180699 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে পৰিয়ালৰ লোকে।।