ৰাহুল গান্ধীৰ পাছপ’ৰ্ট বিষয়ৰ পুনৰ শুনানি গ্ৰহণ।

নিউজ ডেস্ক:

 

শুকুৰবাৰে ৰাহুল গান্ধীৰ পাছপ’ৰ্ট বিষয়ৰ পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে। বুধবাৰে আদালতে নেশ্যনেল হেৰাল্ড গোচৰত অভিযুক্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২৬ মে’ত নতুন জেনেৰেল পাছপ’ৰ্টৰ বাবে কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে । উল্লেখ্য যে, গান্ধীয়ে যোৱা মাৰ্চ মাহত সাংসদ হিচাপে অযোগ্য ঘোষিত হোৱাৰ পিছত নিজৰ কূটনৈতিক ভ্ৰমণ সংক্ৰান্তীয় নথি-পত্ৰ আদালতত জমা দিছিল। পিছত নতুন জেনেৰেল পাছপ’ৰ্ট লাভৰ বাবে NOC বিচাৰি মঙলবাৰে আদালতত আবেদন জনাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.