নিউজ ডেস্ক:
সাৱধান! আহি আছে বিপৰ্যয়! আহি আছে সামূদ্ৰিক ধুমুহা বিপৰ্য্যয়। অনাগত ৩৬ ঘণ্টাত উত্তৰ পশ্চিম দিশে ধাৱমান হব বিপৰ্য্যয়। আগন্তক দুদিনত বিপৰ্য্যয়ৰ প্ৰভাৱৰ আশংকা টুইটাৰযোগে জনালে বতৰ বিজ্ঞান কেন্দ্ৰই। পূৱ-মধ্য আৰৱ মহাসাগৰত উতপত্তি হৈছে এই ধুমুহাৰ। গোৱাৰ পৰা ৮৪০ কিলো মিটাৰ আৰু মুম্বাইৰ পৰা ৮৭০ কিলোমিটাৰ দূৰৈত অৱস্থান। উপকূলীয় অঞ্চলৰ মাছমৰিয়াক মতস্য চিকাৰৰ নিষেধা়্জ্ঞা। ইতিমধ্যে মতস্য চিকাৰৰ বাবে ওলায় যোৱা সকলক উভতি অহাৰ পৰামৰ্শ।।