অসমত অবৈধভাৱে অনুপ্ৰৱেশ ৫ বাংলাদেশী নাগৰিকৰ……………

অসমত অবৈধভাৱে অনুপ্ৰৱেশ ৫ বাংলাদেশী নাগৰিকৰ।এই অনুপ্ৰৱেশৰ ঘটনা দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাত। অবৈধভাৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত শনিবাৰে সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)য়ে ৫ জন বাংলাদেশী নাগৰিকক আটক কৰে। এই কথা সদৰি কৰিছে বি এছ এফৰ সুত্ৰই। অবশ্যে অজানিতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰা ৫ বাংলাদেশীক মানৱীয়তাৰ দোহাই দি বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডক চমজাই দিয়া হয় ।।

You might also like
Leave A Reply

Your email address will not be published.