আজি ১০ আগষ্ট

➡️১৮৬০ চনৰ আজিৰ দিনটোতে হিন্দুস্তানী সংগীতত নৱযুগৰ সূচনা কৰোঁতা বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ জন্ম হৈছিল।
➡️১৮৭০ চনৰ এই দিনটোতে ইংৰাজ পদাৰ্থ-বিজ্ঞানী আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম হৈছিল। ১৯০৮ চনত ৰাডাৰফোৰ্ডে লাভ কৰে ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা।
➡️১৮৯৪ চনৰ ১০ আগষ্ট তাৰিখে ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিৰ জন্ম হৈছিল। ১৯৬৯ চনৰ ২৪ আগষ্টৰ পৰা ১৯৭৪ চনৰ ২৪ আগষ্টলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️২০০২ চনৰ এই দিনটোতে ‘ফিফা’ৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম ফুটবল ৰেফাৰী প্ৰতুল চক্ৰৱৰ্তীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.