আজি ১০ জুলাই

▶️আজি বাহামাৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৮৫৭ চনৰ আজিৰ দিনটোতেই মীৰাটত চিপাহী বিদ্ৰোহ আৰম্ভ।
▶️১৯৩৮ চনৰ আজিৰ দিনটোতেই খ্যাতিসম্পন্ন পদাৰ্থ বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ জন্ম হৈছিল।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই ক্ৰিকেট কিংবদন্তি সুনীল গাভাস্কাৰৰ জন্ম হৈছিল।
▶️১৯৬৫ চনৰ এই দিনটোতেই গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামাৰ স্বাধীনতা লাভ।।

You might also like
Leave A Reply

Your email address will not be published.