আজি ১১ আগষ্ট

➡️১৮৫৮ চনৰ আজিৰ দিনটোতে বিশিষ্ট চিকিৎসা-বিজ্ঞানী খ্ৰীষ্টিয়ান আইজকমেনৰ নেদাৰলেণ্ডছত জন্ম হৈছিল। ১৯২৯ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯০৮ চনৰ এই দিনটোতে বিনা বিচাৰে বিপ্লৱী ক্ষুদিৰাম বসুৰ ফাঁচি হৈছিল।
➡️১৯৯৮ চনৰ ১১ আগষ্ট তাৰিখে নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰৰ বিস্ফোৰণত বিস্তৰ ক্ষতি হৈছিল।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰক্তন টেষ্ট খেলুৱৈ ৰমানাথ পাৰ্কাৰৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ এই দিনটোতে বিশিষ্ট সাহিত্যিক সাহিত্যাচাৰ্য সত্যেন্দ্ৰনাথ শৰ্মাৰ মৃত্যু হৈছিল।
➡️২০০৫ চনৰ ১১ আগষ্ট তাৰিখে সংগীত পৰিচালক পাৰ্থপ্ৰতিম চৌধুৰীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.