আজি ১১ আগষ্ট

➡️১৬০২ চনৰ আজিৰ দিনটোতে আকবৰ নামে খ্যাত আবুল ফজলৰ মৃত্যু হৈছিল।
➡️১৮৪৮ চনৰ এই দিনটোতে ৰে’লৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনছনৰ মৃত্যু হৈছিল।
➡️১৯১৯ চনৰ ১২ আগষ্ট তাৰিখে ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম ছাৰভাইনৰ জন্ম হৈছিল।
➡️১৯৩৫ চনৰ আজিৰ দিনটোতে প্ৰথম অসমীয়া দৈনিক বাতৰিকাকত ‘দৈনিক বাতৰি’ প্ৰকাশ পাইছিল। সম্পাদক আছিল নীলমণি ফুকন।
➡️১৯৫৫ চনৰ এই দিনটোতে প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক টমাছ মানৰ মৃত্যু হৈছিল। ১৯২৯ চনত তেওঁ সাহিত্যিৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৫৫ চনৰ ১২ আগষ্ট তাৰিখে মাৰ্কিন বিজ্ঞানী জেমছ বি ছুমনাৰৰ মৃত্যু হৈছিল। ১৯৪৬ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৯৭ চনৰ আজিৰ দিনটোতে কেছেট জগতৰ সম্ৰাট গুলছন কুমাৰক হত্যা কৰা হৈছিল।
➡️২০০৪ চনৰ এই দিনটোতে আমেৰিকান সৈন্যৰ আক্ৰমণত ১৬৫ জন ইৰাকী সৈন্যৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.