আজি ১১ জুন

➡️১৭৬০ চনৰ ১১ জুন তাৰিখে মহীশূৰৰ নবাব হাইদৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ হৈছিল।
➡️১৮৯৯ চনৰ আজিৰ দিনটোতে জাপানৰ বিশিষ্ট সাহিত্যিক ইয়াছু নাৰি কাৱাবতাৰ জন্ম হৈছিল। ১৯৬৮ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
➡️১৯৭৭ চনৰ ১১ জুন তাৰিখে ষষ্ঠ লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হৈছিল।
➡️১৯৮৩ চনৰ আজিৰ দিনটোতে বিশিষ্ট শিল্পপতি ঘনশ্যাম দাস বিৰলাৰ লণ্ডনত মৃত্যু হৈছিল।
➡️২০০০ চনৰ এই দিনটোতে শিক্ষাবিদ, ৰাজনীতিবিদ অজিত কুমাৰ শৰ্মাৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.