আজি ১১ মাৰ্চ

▶️১৮৯১ চনৰ এই দিনটোতেই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ হেমেন্দ্ৰ নাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীৰ সৈতে লক্ষীনাথ বেজবৰুৱাৰ বিবাহ।
▶️১৯৫৫ চনৰ এই দিনটোতেই ইংৰাজ জীৱাণু বিজ্ঞানী ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙৰ মৃত্যু হৈছিল।
▶️১৯৭০ চনৰ এই দিনটোতেই মাৰ্কিন ৰহস্য ঔপন্যাসিক আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ মৃত্যু হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ বেডমিণ্টন খেলুৱৈ পুলিল্লা গোপীচান্দৰ ‘অল ইংলেণ্ড বেডমিন্টন চেম্পিয়নশ্বিপ’ খিতাপ অৰ্জন।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ভূপালত এটা ১৬ মহীয়া শিশুৰ পেটত ১৮টা বেজী উদ্ধাৰ।
▶️২০০৫ চনৰ এই দিনটোতেই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে অৰ্জুন মুণ্ডাৰ শপতগ্ৰহণ।
▶️২০০৮ চনৰ এই দিনটোতেই সাহিত্যিক পদ্ম বৰকটকীৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.