আজি ১১ মে’

➡️আজিৰ দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয়।
➡️১৯০৪ চনৰ এই দিনটোতে স্পেইনৰ চিত্ৰকৰ ছালভাদৰ ডালিৰ জন্ম হৈছিল।
➡️১৯৫১ চনৰ ১১ মে’ তাৰিখে গুজৰাটত ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা নতুন সোমনাথ মন্দিৰ মুকলি কৰা হৈছিল।
➡️১৯৬৩ চনৰ আজিৰ দিনটোতে মাৰ্কিন শৰীৰতত্ত্ববিদ, বিজ্ঞানী হাৰ্বাট স্পেনছাৰ গাছাৰৰ মৃত্যু হৈছিল। স্পেনছাৰে ১৯৪৪ চনত চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৮৭ চনৰ এই দিনটোতে কোৰহন একুইনো ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।
➡️১৯৯৯ চনৰ ১১ মে’ তাৰিখে ৰাজীৱ গান্ধী হত্যা গোচৰত অভিযুক্ত চাৰিজনক মৃত্যদণ্ড দিয়া হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.