➡️আজিৰ দিনটো ফিলিপাইনছৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️এই দিনটো বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস হিচাপে পালন কৰা হয়।
➡️আজিৰ দিনটো ৰাছিয়াৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
➡️১৮৯৭ চনৰ ১২ জুন তাৰিখে অসমত ভূমিকম্পত প্ৰায় ১,৫০০ লোকৰ মৃত্যু হৈছিল। কেইবাখনো নদী বাম হৈ পৰাৰ লগতে বহুকেইখন নদীৰ গতিপথ সলনি হৈছিল। এনে নদীৰ গতিপথ সলনিৰ ফলতে গুৱাহাটীৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত সৃষ্টি হয় চান্দডুবি জলাশয়।
➡️১৯২৯ চনৰ এই দিনটোতে ‘দি ডায়েৰী অব ইয়ং গাৰ্ল’ৰ লেখিকা এন ফ্ৰাংকৰ জন্ম হৈছিল।
➡️১৯৬৯ চনৰ আজিৰ দিনটোতে কবি-সাহিত্যিক পদ্মধৰ চলিহাৰ মৃত্যু হৈছিল।
➡️১৯৭২ চনৰ ১২ জুন তাৰিখে প্ৰসিদ্ধ জীৱনীকাৰ ডি জি তেণ্ডুলকাৰৰ মৃত্যু হৈছিল। তেওঁ আঠ খণ্ডত মহাত্মা গান্ধীৰ বিস্তৃত জীৱনী ৰচনা কৰিছিল।
➡️২০০৪ চনৰ আজিৰ দিনটোতে পৰ্তুগালত ‘ইউৰো -২০০৪’ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১২ জুন
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like