আজি ১২ নৱেম্বৰ

▶️১৮৪২ চনৰ আজিৰ দিনটোতেই ইংৰাজ পদাৰ্থ বিজ্ঞানী লৰ্ড ৰেলীৰ জন্ম হৈছিল। ১৯০৪ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৮৯৬ চনৰ এই দিনটোতেই ভাৰতীয় পক্ষী বিজ্ঞানী ছালিম আলীৰ জন্ম হৈছিল।
▶️১৯১৮ চনৰ এই দিনটোতেই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰ নাথ গোস্বামীৰ জন্ম হৈছিল।
▶️১৯৩০ চনৰ আজিৰ দিনটোতেই লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল আৰম্ভ। ১৬ জন ভাৰতীয় দেশীয় ৰজা,৫৬ জন আন ভাৰতীয় আৰু ১৩ জন বৃটিছ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰে।কংগ্ৰেছৰ প্ৰতিনিধি নাছিল। এই মেজমেল ১৯৩১ চনৰ ১৯ জানুৱাৰীলৈকে চলে।
▶️১৯৪০ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী অগুস্ত ৰঁদাৰ পেৰিছত জন্ম হৈছিল। তেওঁৰ অসম্পূৰ্ণ ভাস্কৰ্য ‘লা পোৰ্ট ডে লেঁফে’ক বিশ্বৰ অনন্য শিল্পকীৰ্তি হিচাপে সংৰক্ষণ কৰা হৈছে।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই জাতীয়তাবাদী নেতা মদনমোহন মালব্যৰ মৃত্যু হৈছিল।
▶️১৯৫৬ চনৰ এই দিনটোতেই মেলবৰ্ণত আৰম্ভ হৈছিল অলিম্পিক ক্ৰীড়া সমাৰোহ।
▶️১৯৬০ চনৰ এই দিনটোতেই অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল বিষ্ণু সহায়। ▶️১৯৬১ চনৰ ১২ জানুৱাৰীলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই সংবাদপত্ৰৰ আইন অনুযায়ী সংবাদৰ সূত্ৰ তথা উৎস জনোৱাটো বাধ্যতামূলক নহয় বুলি ৰায়দান বোম্বাই উচ্চ ন্যায়ালয়ৰ।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই পৃথিৱীৰ প্ৰাচীনতম বংশ পৰম্পৰাগত ৰাজতন্ত্ৰৰ সিংহাসনত অভিষিক্ত হৈছিল জাপানৰ সম্ৰাট আকাহিতো। এই ৰাজতন্ত্ৰ ২,৬০০ বছৰ ধৰি চলি আহিছে।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই আজিৰ দিনটোতেই প্ৰগতিশীল কবি অৱনী চক্ৰৱৰ্তী ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ওচামা বিন লাডেনৰ ৱৰ্ল্ড ট্ৰেড চেন্টাৰ আক্ৰমণৰ কথা স্বীকাৰ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই নিউয়ৰ্কৰ আকাশমাৰ্গত বিমান দুৰ্ঘটনাত ২৫৫ যাত্ৰীৰ মৃত্যু।
▶️২০০৪ চনৰ এই দিনটোতেই কাঞ্চীৰ শংকৰাচাৰ্যক জয়েন্দ্ৰ সৰস্বতীৰ গোচৰত গ্ৰেপ্তাৰ।
▶️২০০৬ চনৰ এই দিনটোতেই বাংগালোৰ চহৰৰ নাম সলনি হৈ বাংগালুৰু (Bangaluru) হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.