আজি ১৩ ফেব্ৰুৱাৰী

➡️১৮৬১ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে আব্ৰাহাম লিংকনৰ কাৰ্যভাৰ গ্ৰহণ।
➡️১৮৭৯ ভাৰতীয় ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী আৰু কবি সৰুজিনী নাইডুৰ জন্ম।
➡️১৯৫৩ অসম বিজ্ঞান সমিতিৰ জন্ম। আদিতে ইয়াৰ নাম আছিল গুৱাহাটী বিজ্ঞান সমিতি। ১৯৫৬ চনত অসম বিজ্ঞান সমিতি নামেৰে নামকৰণ কৰা হয়।
➡️২০০২ ৰাজ্য চৰকাৰৰ দ্বাৰা বড়োলেণ্ড টৰোটেৰিয়েল কাউন্সিল (বিটিচি) গঠনৰ অনুমোদন।
➡️২০০৩ সাহিত্য একাডেমী বঁটা বিজয়ী যশস্বী সাহিত্যিক মেদিনী চৌধুৰীৰ দেহাৱসান।

You might also like
Leave A Reply

Your email address will not be published.